AEC college week 2020 winner hostel 5 husori শ্ৰেষ্ঠ হুঁচৰি দল অসম অভিান্ত্ৰিক মহাবিদ্যালয় আৱাস ৫
This is a genuine form of husori that was practised by our forefathers in the past. In this form, there were no female dancers; only men performed. The family's owner greets the group with the highest respect when they arrive at their home with the village chief, known as "gaonburha." The Assamese people believe that receiving a blessing from the community and giving back to it are the actual blessings and the highest forms of honour. After greeting the visitors or "raij," the performers of husori bless the family with their wishes for good health, fertility, successful cultivation, and fulfilment of all other wishes made by the family members.
Mega Bihu Event Dhol or palos Tutorial for Guinness World Records | বিহু ঢোল বাদন | Ridip Tukaria
0:00 আৰম্ভণি
1:51 ছুটি চেও-১
ঘেন ঘেনি ঘেন তাক তাখি ঘেনী ঘেন তাক ,
ঘেন ঘেনি ঘেন তাক তাখি ঘেনী ঘেন তাক ৷
ধিল পিচা মিৰি দাও , ধিল পিচা মিৰি দাও
তাখি খেন যেন তাক ঘেন ৷
ল'ৰা ছোৱালী একেলগে ৰিণিকি ৰিণিকি (দেখো গাঁও এখনি) (সেই খনি (চেনাইৰে) ও গাঁও
পেঁপা (আৰু ভাল গগণা)২ (বল চেনাই তালৈকে বাওঁ)।
ঢোলৰ কাৰৰ লগত পেঁপাৰ যোজনা
যোজনা
ল'ৰা— কিনো চ'ত ----------------- মাত।
3:08 ঢোলৰ চুটি ছেওঁ: ২
{ঘেন তাক , ঘেন তাক, তাল বিচা মিৰি দাও ধুৰ ধুৰ দাও দাও ৷
তিখেন নিতি তি ঘেন দাও ,তাল বিচা মিৰি দাও ধুৰ ধুৰ দাও ৷} x2
{ঘেন দাও, ঘেন দাও , তি ঘেন নিতি ঘেন দাও ৷
তাখি ৰিখি ,তাখি ৰিখি , তাখি ৰিখি তাক ৷} x2
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷
ছোৱালী — অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো। তাতোতকৈ চেনেহৰ বহাগৰ
ভাঙনি -ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷ x২
জাত নাম :
চতে গৈয়ে এগৈয়ে ধিনদৌ দৌ, (বহাগে পালেহি ধিনদৌ দৌ)২, ফুলিলে ভেবেলী ধিনদৌ দৌ, লতা। কৈনো কৈ থাকিলে ধিনদৌ দৌ, (ওৰকে নপৰে ধিনদৌ)২, ৰঙালী বিহুৰে ধিনদৌ দৌ কথা। ঢোলৰ ভাঙনী :
(লৈ লাং লাং থৈ লৈং লাং পদুমনী পুখুৰীত জাকৈ বাও)। ৰঙিলী বাই ঐ পমিলী বাই ঐ বিহু মাৰিবলৈ, বিছ মাৰিবলৈ হেহে হেহে যাও।
5:26 ঢোলৰ চেওঁৰ -৩
লগত গগণা
{ঘেন তা ঘেন নিতিখিতি , ঘেনি ঘেন তাক ৷
খিত তা ঘেন নিতিখিতি ,খিত খিতি খিত তাক ৷} x2
ঘেন তা ঘেন নিতিখিতি ,খিত তা ঘেন নিতিখিতি,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
যোৰা নাম-
ল'ৰা :
হায় হায় তুমি ভাতে খোৱা অ' মাজনী ঐ (ৰূপৰ পানে ধুৱা)২ চাপৰি ঐ বোটলা চুৱা । হায় হায় লাজে নকৰিবা অ' মাজনী ঐ
(তুমি আমাৰ নাচনী) ২ (যোৰা নাম ঐ এফাকি গোৱা)২।
ঢোলৰ ভাঙনী : তাখি তি ঘেন (x3) খিত তাক
ছোৱালী :
হায় হায় নামৰো আছিলো চেনাইটি ঐ
(ঘায়ে নো সমনীয়া ঐ)২ পদৰো ঐ আছিলো খাই।
হায় হায় নামো পাহৰিলো চেনাইটি ঐ (পদো নো পাহৰিলো ঐ)২
(বিহুৰ তলিত তোমাক লগ পায়) ২।
ঢোলৰ ভাঙনী :
পেঁপা: তিনি কলি বাজিব
চেওঁ
ছোৱালীৰ যোজনা :
আ গলি বাঁহৰে ----------- মঙ্গলখন চাও ।
গগণা ১৬ মাত্রা। (ছোৱালীয়ে বজাব) গগণাৰ গীত :
ল'ৰা : (গগণা আৰণি, গগণা পুৰণি) ২ (গগণাত ঐ বিন্ধিলে খুনে। (এই বেলি বহাগত তোমাক বিয়া দিলে) ২ (গগণা ঐ বজাব) ২ কোনে।
7:22 ঢোলৰ চেওঁ : ৪
{তাক ঘেন, তাক ঘেন , তাক ঘেন খিত খিত ৷
ধিল পিছা মিৰি দাও ,ধিল পিছা মিৰি দাও ৷} x2
তাক ঘেন খিত তাক ,ঘেন ঘেনা খিত তাক ৷ x2
ধিল পিছা মিৰি দাও ,ধিল পিছা মিৰি ,
তাক ঘেন ঘেন তাক ঘেন ৷
তাক তাক
ছোৱালী :
{তাল বিছা মিৰি দাও ধিল পিছা মিৰি দাও
তাল বিছা মিৰি দাও ধুৰু ধুৰু দাঁও} x2
বনশীৰে দাৰি, দাৰি কী ঐ বৰশীৰে দাবি, দাৰি কী ঐ সুৰু কৈ যে বৰ-বৰলৰ ঐ টোপ....
যিয়ে দিব পাৰি, পাৰিবি ঐ মিনাকৰা গেছে, গেজেবেৰা ঐ সিয়ে নিব পাৰিব মোকে ঐ চেনাই টি (ক'বলৈ নে নে পালো) ২ (মনৰে কথাটি)২ খুলি ।
ল'ৰা : তোমালৈকো আনি আনিছো ঐ মিনা কৰা গেজে গেজৰা ঐ মিনা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনি আনিছো ঐ ফুলি।
তোমাৰে ঐ দেহা দেহাটি ঐ পদুমৰে পাহি পাহিটি ঐ তোমাক মাতিম ৰূপহী বুলি ঐ চেনাই টি (ক'বলৈ নে নে
পালো) ২ (মনৰে কথাটি)২ খুলি।
9:48 ঢোলৰ চেওঁ : ৫
{ঘেন তাক ,ঘেন তাক ,ঘেন তা ঘেন খিতি ঘেনি ৷
তাক তাখি ,তাক তাখি , দি ঘেনা খিত তাক ৷} x2
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ৷
খিত তাখি ঘেন ঘেন ঘেন ৷
গগণা ৮ মাত্রা :
ল'ৰা :
কাকা কাকা কাৱৈ টিলিকা / (ছোৱালী ) — মিমি মামা মাটি চেলেকা ২। পা পা পাপা পােিলনে বা বাৰু মম মজা আইকন লিহি পিহি কৈ ক'লৈ যাৱ তলৈ তলৈ কৈ। (ব’চোন ঐ ৰ’চোন ঐ)2 (আছো নো মই তোলৈ বাট) ২
চাই।
ছোৱালী :
(ল'ৰা) কাকা কাকা কাৱৈ টিলিকা/ মিমি মামা মাটি চেলেকা২। পাপা পাপা পালিনে বা বাৰু মম মজা দেহি জলৌ জপৌ কৈ কৈ কলৈ যাৱ তলৈ তলৈ কৈ। ৰ'চোন ঐ ৰ'চনো ঐ পিতাই আছে তোলৈ বাট পিতাই আছে তোলৈ বাট চাই।
ধেমেলীয়া : (ল'ৰা)
দিখৌ নৈ লেতেৰা খুলীয়া খুবীয়া (ভোগদৈ লেতেৰা পানী) ২ হয় হয় হয় ছোৱালী লেতেৰা বিজুলী চুকুৱা মুখত মিচিকীয়া হাঁহি চেলেং বাখৰ ঐ ৰাঙলী মদাৰৰ পানে চেলেং বাখৰ ঐ (ৰাঙলী মদাৰৰ)২ পান।
11:23 ছুটী চেওঁ : ৬
{ঘেন দা খিত তাক দি ঘেন তাক ৷
খিত তা খিত তাক দি ঘেন তাক ৷|} x2
ঘেন উৰু ঘেন তাক ,দি ঘেনা খিত ,
খিত তাখি ঘেন ঘেন ঘেন ৷
ছোৱালী :
নৈৰে লেতেৰা খুলীয়া খুবীয়া বিলাহি লেতেৰা পাহি হয় হয় হয় ডেকাৰে লেতেৰা নিবুকা চামোন । ঐ মুখত মিচিকিয়া হাঁহি চেলেং বাখৰ ঐ ৰঙালী মদাৰৰ পানে চেলেং বাখৰ ঐ ৰঙালী মদাৰ পান। ল'ৰা :
চিত পখিলা উৰাদি উৰ তই নাচনী তাকুৰী ঐ ঘুৰাদি খুব তাই নাচনী তাকুৰী ঐ তাকুৰী ঐ ঘুৰাদি খুব। এপৰ দুপৰ কৰি ৰাতি পাৰে হ'ব আমাৰ বিহুত আমনি নাই।
13:09 ঢোলৰ চেওঁ : ৭
ঘেন ঘেন তি ঘেন দাও ,খিতিঘেন ঘেন তি ঘেন দাঁও, তি ঘেন , তাল বিচা মিৰি দাও ধুৰ দাও দাও ৷
তাল বিচা মিৰি দাও ধুৰ দাও দাও ৷
ঘেন ঘেন ঘেন ঘেন দাঁও ৷
তাল বিচা মিৰি দাও ধিল পিছা মিৰি দাও ৷x2
ঘেন ঘেন ঘেন ঘেন দাঁও ৷
তাল বিচা মিৰি দাও ধিল পিছা মিৰি দাও ৷x2
ঘেন গুদু ঘেন দাঁও ,তি ঘেন নিতি ঘেন দাও ,
তাখি তিখেন নাকি ঘেনা ঘেন ৷
ঘেন গুদু ঘেন দাঁও ,তি ঘেন নিতি ঘেন দাও,
তাখি তিখেন নাকি ঘেনা ঘেন ৷
প্লাক প্লাক ,প্লাক প্লাক ৷
তাক ঘৃঘেন নাকি ঘেন ,তাক ঘৃঘেন নাকি ,
তাক ঘেন ঘেন তাক ঘেন ৷
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই আমাৰ বিহু ভাঙোতা নাই।
♬ CREDITS ♬
Recorded at Bharti Music Studio
Recording and Sound - Rupam Bora
Camera, Editing and Graphics - Deepsun
Special Thanks to
Runumi Boro Bora
Paban Kumar Bora
#bihu #বিহু #bihudance #bihusong #folkdance #dance #assamese #assam #guinnessworldrecords
#worldrecord #folk #northeastindia #sarusajaistadium
#guwahati #megabihuevent #performance
#demo #practice #bihuworldrecord #megabihuevent
3
views